ৱিকিউদ্ধৃতি:ৱিকিউদ্ধৃতি উদ্ধৃতি সংযোগ মেলা

ৱিকিউদ্ধৃতিৰ পৰা

অসমীয়া ৱিকিউদ্ধৃতিৰ বিকাশৰ গতিক এক নতুন মাত্ৰা দিবৰ বাবে অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা এখন আয়োজন কৰা হয়। অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হয়।

নিয়মাৱলী

  1. অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হ'ব।
  2. অৱদানকাৰীসকলৰ প্ৰত্যেকৰে একোটা ৱিকি একাউণ্ট থাকিব লাগিব।
  3. উদ্ধৃতিসমূহৰ বিষয়বস্তু হ'ব ভাৰতৰ ব্যক্তি। এই পৃষ্ঠাসমূহ নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব।
  4. উদ্ধৃতিসমূহ সঠিক আৰু অনলাইন সত্যাপনযোগ্য উৎসৰে সংযোজিত হ'ব লাগিব। অৱদানকাৰীসকলে ইংৰাজী ৱিকিউদ্ধৃতিৰ পৰা অনুবাদো কৰিব পাৰিব।
  5. উদ্ধৃতিৰ সংখ্যা এখন পৃষ্ঠাত কমেও পাঁ‌চটা হ'ব লাগিব। আনে সৃষ্টি কৰা পৃষ্ঠাত মেলাখন চলি থকা অৱস্থাত আনে সম্পাদনা কৰিব নোৱাৰিব।
  6. ভাৰতৰ ব্যক্তিৰ এখন তালিকা প্ৰকল্প পৃষ্ঠাত দিয়া হ'ব। অৱদানকাৰীসকলে এই তালিকাখনত অন্য নাম যোগ কৰিব পাৰিব।
  7. অৱদানকাৰীসকলক বাৰ্ণষ্টাৰ আগবঢ়োৱা হ'ব।

অংশগ্ৰহণ কৰক

  1. -Chandan Chiring Phukon Chat ১২:০৪, ৭ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  2. Joli Rumi (বাৰ্তা) ০৫:৫৭, ৮ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  3. -Pranamikaadhikary (বাৰ্তা) ২২:৩৬, ৮ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  4. Kuldhar Rabha (বাৰ্তা) ২২:১৫, ২১ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  5. AjayDas (বাৰ্তা) ২২:১৯, ২১ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  6. দিব্য দত্ত (বাৰ্তা) ১৭:৪০, ২২ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  7. Nayan j Nath (বাৰ্তা) ১৯:১২, ২২ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  8. Jyoti Chiring (বাৰ্তা) ১৩:৫৪, ২৪ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  9. Ishanjyotibora (বাৰ্তা) ২১:১০, ২৫ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  10. Rumi Borah~aswiki (বাৰ্তা) ০৮:৪৭, ২৬ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]

প্ৰবন্ধৰ তালিকা

অসমৰ ব্যক্তি

বৰ্হিৰাজ্যৰ ব্যক্তি

পৃষ্ঠাসমূহ জমা দিয়ক

দিব্য দত্ত

  1. সৰোজিনী নাইডু
  2. অমূল্য বৰুৱা
  3. অনন্ত কন্দলি

নয়ন জ্যোতি নাথ

  1. কনকসেন ডেকা
  2. লক্ষ্মীনন্দন বৰা
  3. অমৰ্ত্য সেন

প্ৰণামিকা অধিকাৰী

  1. নলিনীবালা দেৱী
  2. পাৰবীন চুলতানা
  3. সুস্মিতা সেন
  4. ইলোৰা ৰায়চৌধুৰী
  5. বিৰুবালা ৰাভা
  6. ইন্দিৰা পি পি বৰা
  7. বীৰেন্দ্ৰ নাথ দত্ত

জ্যোতি চিৰিং

  1. বিপিনপাল দাস‎
  2. লীনা শৰ্মা

ঈশান জ্যোতি বৰা

  1. নিপন গোস্বামী‎
  2. প্ৰণৱজ্যোতি ডেকা (সংবৰ্ধন)

ৰুমী বৰা

  1. ইলু দেৱী বৰুৱা
  2. ড॰ প্ৰতিভা ৰায়

জলি ৰুমী বৰা

  1. সৌম্যদ্বীপ দত্ত
  2. আৰ কে নাৰায়ণ‎
  3. খুছৱন্ত সিং
  4. মামাং দাই‎
  5. টেমচুলা আও

কুলধৰ ৰাভা

  1. কল্পনা চাওলা
  2. পাৰ্থ চট্টোপাধ্যায়

সমন্বয়ক

উদ্ধৃতি পৰীক্ষক

মেটা ৱিকিত

মেটা ৱিকি