অখিল গগৈ
অৱয়ব
অখিল গগৈ (ইংৰাজী: Akhil Gogoi) অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী (RTI activist)। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। দুৰ্নীতিৰ বিৰুদ্ধে আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ বাবে তেওঁক প্ৰদান কৰা ২০০৮ বৰ্ষৰ 'Shanmugam Manjunath Integrity Award' ৰ পিছৰে পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বিধায়ক হিচাপে সুখী নহয়, মই এজন কৰ্মী[২]
- মই এজন সাধাৰণ মানুহ আৰু মই সদায় সাম্প্ৰদায়িক ফেচিবাদ আৰু চৰকাৰৰ অগণতান্ত্ৰিক কামৰ বিৰুদ্ধে যুঁজ দিওঁ। আমি ভাৰতীয় সংবিধান আৰু ভাৰতীয় গণতন্ত্ৰৰ মূল্যবোধ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছো।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ "Akhil Gogoi receives award from Kiron Bedi", Assam Times. আহৰণ কৰা হৈছে 2012-08-06.
- ↑ https://www.telegraphindia.com/north-east/not-happy-as-mla-i-am-an-activist-akhil-gogoi/cid/1921980
- ↑ https://www.deccanherald.com/india/not-happy-as-mla-could-raise-peoples-issues-more-earlier-akhil-gogoi-1199444.html
