সমললৈ যাওক

সদস্য বাৰ্তা:দিব্য দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউদ্ধৃতিৰ পৰা
Latest comment: ১ মাহ পূৰ্বে by দিব্য দত্ত in topic বিচাৰক পদক

কাৰিকৰী পদক

[উৎস সম্পাদনা]
কাৰিকৰী পদক
অভিনন্দন! অসমীয়া ৱিকিউদ্ধৃতিৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰিবলৈ পাই সুখী হৈছোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব।

আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Chandan Chiring Phukon Chat ১১:২৯, ১৭ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) ১৭:১৫, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক

চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা

[উৎস সম্পাদনা]
ৱিকিউদ্ধৃতি সংযোগ মেলা পদক

“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷”
 উইল ডুৰাণ্ট


প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ ২৩৪ টা পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷

প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷

আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
—অসমীয়া ৱিকিমিডিয়া সমাজ

𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০০:২০, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক

ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) ১৭:১৫, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক

বিচাৰক পদক

[উৎস সম্পাদনা]
বিচাৰক পদক
প্ৰিয় ৱিকিসতীৰ্থ, শেহতীয়াকৈ অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাখনত আপুনি উদ্ধৃতি পৰীক্ষক তথা বিচাৰক হিচাপে নিৰপেক্ষ দায়িত্ব পালনেৰে ৱিকিউদ্ধৃতিৰ সৌষ্ঠৱ বৃদ্ধিত যি অমূল্য অৱদান আগবঢ়ালে, তাৰে কৃতজ্ঞতা স্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ।
𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ১৭:১৩, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক
ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) ১৭:১৫, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক