সদস্য:Chiring chandan
অৱয়ব
![]() |
ৱিকিউদ্ধৃতি অধিনায়ক পদক | |
প্ৰিয় সতীৰ্থ, একাণপতীয়া চেষ্টা আৰু নিৰলস অৱদানেৰে অসমীয়া ৱিকিউদ্ধৃতিক আজিৰ পৰ্য্যায় পোৱাটো সম্ভৱ কৰি তোলাৰ বাবে কৃতজ্ঞতাস্বৰূপে তোমালৈ এই পদকটি আগবঢ়ালোঁ। আগলৈকো একেই উৎসাহেৰে কাম কৰি যাবা বুলি আশা ৰাখিছোঁ।
অসমীয়া ৱিকিমিডিয়া সমাজ ---Joli Rumi (বাৰ্তা) ০৭:১২, ২৮ ফেব্ৰুৱাৰী ২০২৩ (IST) |