সমললৈ যাওক

ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/অক্টোবৰ

ৱিকিউদ্ধৃতিৰ পৰা
মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি দেওবাৰ
২২ ডিচেম্বৰ, ২০২৪
সময়: ৫:৩৮ AM (IST)


ছেপ্টেম্বৰ << অক্টোবৰ: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> নৱেম্বৰ



২০২৩
“আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলোঁ লগত,
আখৈ কলা খাবলৈ পাই, তাতে হলোঁ ভকত”

ঈশ্বৰ ভক্তি থাকক বা নাথাকক, আখৈ-কলৰ লোভতে কোনো লোক ভকত হ'ব পাৰে। ইয়াৰ দ্বাৰা আন্তৰিকতা নাথাকিলেও লোভৰ বশৱৰ্তী হৈ কোনো কাম কৰাৰ কথা কোৱা হৈছে।”
~ ফকৰা যোজনা ~
 

২০২৪
“যিটো কথাকে মই আটাইতকৈ পৱিত্ৰ বুলি ভাবোঁ, সেইটো হ’ল মানুহৰ চিৰ অসন্তুষ্টি, নিজক লৈ কেতিয়াও সন্তুষ্ট হ’ব নোৱৰা স্বভাৱ, এতিয়া তেওঁ যিমান ভাল তাতকৈ বেছি ভাল হ’বলৈ মানুহৰ প্ৰয়াস, মানুহৰ পৰিশ্ৰম৷”
~ মেক্সিম গৰ্কী ~
 

২০২৩
“ইতিবাচক চিন্তা কৰিব, কাৰণ আপোনাৰ চিন্তাবোৰ কথা হৈ পৰে। ইতিবাচক কথা ক’ব, কাৰণ আপোনাৰ কথাবোৰ আচৰণ হৈ পৰে। ইতিবাচক আচৰণ কৰিব, কিয়নো আপোনাৰ আচৰণবোৰ অভ্যাস হৈ পৰিব। অভ্যাসবোৰ ইতিবাচক কৰি ৰাখিব, কাৰণ আপোনাৰ অভ্যাসবোৰ মূল্যবোধ হৈ পৰে। মূল্যবোধ ইতিবাচক কৰি ৰাখিব, কিয়নো আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰিব।”
~ মহাত্মা গান্ধী ~
 

২০২৩
“তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা৷ তোমাৰ জয় অৱশ্যম্ভাৱী৷”
~ ৰুডয়াৰ্ড কিপলিং ~
 

২০২৩
“নিসংগতা হৈছে আত্মাৰ দৰিদ্ৰতা; একাকীত্ব হৈছে আত্মাৰ সমৃদ্ধি।”
~ মে ছাৰ্টন ~



২০২৩
“নিজৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰিলে আপুনি সমগ্ৰ পৃথিৱী শাসন কৰিব পাৰিব৷ ক’বলৈ গ’লে সূৰ্যই যেতিয়া নিজক নিয়ন্ত্ৰিত কৰে তেতিয়াহে ই উজ্জ্বল পোহৰৰ শক্তিশালী উৎস হৈছিল৷ শস্যলৈ ৰূপান্তৰ বা বিৱৰ্তন হোৱাৰ অনুশাসন লাভ কৰাৰ পিছতহে উদ্ভিদে আহাৰ যোগোৱা আৰম্ভ কৰিছিল৷ আমাৰ দেৱদূত আছে, জন্তু জানোৱাৰ আছে, আৰু আছে এক নিযুত দুৰ্বিনীত, সংগ্ৰামী মানৱ সন্তান৷ এই মানুহখিনিয়ে যেতিয়া দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি নিজৰ অস্তিত্বক সন্মান কৰিবলৈ ধৰিব, তেতিয়া আমাৰ দেশ ভাৰতবৰ্ষই সকলোকে অতিক্ৰমি যাব৷”
~ এ পি জে আব্দুল কালাম ~

২০২৩
“মই সদায় বিশ্বাস কৰিছোঁ যে কৰ্মৰ ফলতেই মানুহৰ প্ৰগতিৰ দিশটো উন্নীত হ’ব৷ কোনো ভাগ্য বা অলৌকিক বিষয়ে (জ্যোতিষ, বাস্তুশাস্ত্ৰ, ৰেইকী আদিৰ দৰে বিষয়বোৰ) মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা নিয়ন্ত্ৰণ কৰিবলৈ একোৱেই নাথাকে৷”
~ ড° দীনেশ চন্দ্ৰ গোস্বামী ~
 

২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/৭


২০২৩
“আকাশৰ ৰামধেনুখন বগা৷ বগা বৰণটোৰ ভিতৰতে ৰঙা, ক’লা, নীলা আদি সাতোটা বৰণ সোমাই থকাৰ দৰেই সাহিত্যৰ ৰামধেনুৰ ভিতৰতো বিজ্ঞান, দৰ্শন, বুৰঞ্জী প্ৰভৃতি বিবিধ জ্ঞান সোমাই থাকিলেও সাহিত্য ঠিক বিজ্ঞান, দৰ্শন কিম্বা বুৰঞ্জী নহয়; সাহিত্য সাহিত্যই৷”
~ ৰত্নকান্ত বৰকাকতি ~
 

২০২৩
গড়গঞা মিতিৰৰ ভাও;

মুখে বোলে থাক থাক,
ভৰিৰে হেঁচুকে নাও
আপোন ভাব দেখুৱাই মুখেৰে এটা কথা কৈ পেটত আন ভাব ৰখা।”

~ ফকৰা যোজনা ~
 

২০২৩
“অজ্ঞতা ভগৱানৰ অভিশাপ৷ জ্ঞানৰ ডেউকা লগাই আমি স্বৰ্গলৈ উৰা মাৰিব পাৰো৷”
~ তুলসীদাস ~
 

২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/১১


২০২৩

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/১২


১৩ অক্টোবৰ ১৪ অক্টোবৰ ১৫ অক্টোবৰ ১৬ অক্টোবৰ ১৭ অক্টোবৰ ১৮ অক্টোবৰ ১৯ অক্টোবৰ ২০ অক্টোবৰ ২১ অক্টোবৰ ২২ অক্টোবৰ ২৩ অক্টোবৰ ২৪ অক্টোবৰ ২৫ অক্টোবৰ ২৬ অক্টোবৰ ২৭ অক্টোবৰ ২৮ অক্টোবৰ ২৯ অক্টোবৰ ৩০ অক্টোবৰ ৩১ অক্টোবৰ