সমললৈ যাওক

ৱিকিউদ্ধৃতি:ৰাইজৰ চ'ৰা

ৱিকিউদ্ধৃতিৰ পৰা
সমাজৰ বাটচ’ৰা
স্বাগতম
সাহায্য কেন্দ্ৰ
প্ৰবন্ধৰ অনুৰোধ
ৰাইজৰ চ’ৰা
সংৰক্ষণপ্ৰস্তাৱসমূহ
প্ৰশাসকৰ জাননীসমূহ
অভিযোগপ্ৰশাসক পদৰ বাবে আবেদন

Global ban for PlanespotterA320/RespectCE

[উৎস সম্পাদনা]

Per the Global bans policy, I'm informing the project of this request for comment: m:Requests for comment/Global ban for PlanespotterA320 (2) about banning a member from your community. Thank you.--Lemonaka (talk) 21:40, 6 February 2023 (UTC)

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিউদ্ধৃতিত Vector 2022 Skin ডিফল্ট হৈ আছে বাবে অসমীয়া ল'গ'ৰ সলনি ইংৰাজী ল'গ'টোহে দেখা যায়। এই সমস্যাটো সমাধান কৰাৰ অৰ্থে ফেব্ৰিকেটৰত এটা টাস্ক্ ক্ৰিয়েট কৰি দিয়া হৈছে। অনুপ নামৰ সদস্য এগৰাকীয়ে অসমীয়া ৱিকিউদ্ধৃতিৰ বাবে ৱ'ৰ্ডমাৰ্কটো সাজি দিছে। অসমীয়া ৱিকিউদ্ধৃতিত ইংৰাজী ল'গ'ৰ সলনি এই ৱ'ৰ্ডমাৰ্কটো ব্যৱহাৰ কৰা সম্পৰ্কত ৰাইজৰ মতামত বিচাৰিছোঁ। ধন্যবাদেৰে, —চাণক্য (বাৰ্তা) ১৪:৫৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]

  1. -Nayan j Nath (বাৰ্তা) ১৫:০৩, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  2.  সমৰ্থন - দিব্য দত্ত (বাৰ্তা) ১৫:২০, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  3.  সমৰ্থন - AjayDas (বাৰ্তা) ১৯:২৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  4. Babulbaishya (বাৰ্তা) ১৯:২৮, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  5.  সমৰ্থন - হানিফ আলী (বাৰ্তা) ১৯:৩২, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  6.  সমৰ্থন - Pranamikaadhikary (বাৰ্তা) ১৯:৪৩, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  7. IKHazarika (বাৰ্তা) ১৯:৫৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  8.  সমৰ্থনKuldhar Rabha (বাৰ্তা) ১৯:৫৬, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  9.  সমৰ্থন - Rumi Borah~aswiki (বাৰ্তা) ২১:১৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  10.  সমৰ্থন---Chandan Chiring Phukon Chat ২২:১৭, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  11.  সমৰ্থন - যদুমণি গগৈ (বাৰ্তা) ২২:২৭,২৩ ডিচেম্বৰ ২০২৩ (IST)
  12.  সমৰ্থন -Rajdweep nlb (বাৰ্তা) ১৩:২০, ২৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  13.  সমৰ্থন -Pallabi Dutta.Baruah (বাৰ্তা) ১৫:৪৪, ২৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  14. Jyoti Chiring (বাৰ্তা) ১৭:৪৩, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
ভাল দেখিছোঁ। -Nayan j Nath (বাৰ্তা) ১৫:০৪, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
সমৰ্থন জনাও যদিও ল'গ' আৰু উন্নত কৰা গ'ল হেতেন। উন্নত মানে ইংৰাজী ল'গ'ত যিদৰে কেলিগ্ৰাফ ফ'ণ্ট ব্যৱহাৰ কৰিছে সেইদৰে অসমীয়াতো কৰিব পাৰিলোহেতেন। কৰিবই লাগিব বুলি নকলোঁ। হানিফ আলী (বাৰ্তা) ১৯:৩৬, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
ল’গটো এপ্ৰুভ হোৱাৰ পিছতো ফণ্টটো সলাব পৰা হ’ব চাগে। বৰ্তমান এইটো হৈ লওক। দিব্য দত্ত (বাৰ্তা) ১৯:৪৯, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
হানিফৰ কথাটো ময়ো সমৰ্থন কৰিলোঁ৷ ল’গ’টো অধিক আকৰ্ষণীয় কৰাহ’লে! --Pranamikaadhikary (বাৰ্তা) ১৯:৪৬, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
সদ্যহতে কাৰিকৰী সমস্যাখিনি ঠিক হৈ ল‌ওঁক নেকি! পাছলৈ ল'গ' সলনি কৰাটো বৰ বেছি সমস্যা নহ'ব। ৰাইজে যিটো‌ পছন্দ কৰে, সেইমতেই কমন্সত নতুন ল'গ' আপলোড কৰিব পৰা যাব। — চাণক্য (বাৰ্তা) ১৯:৫৪, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
If anyone wish to provide new svg , I can use it , since code review will not happen till January 1 due to holiday code freeze. Please let me know.~aanzx (বাৰ্তা) ২১:১৩, ২৩ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
নতুন Logo/Wordmark আপডে'ট কৰা হ'ল। সকলোকে ধন্যবাদ। — চাণক্য (বাৰ্তা) ২২:৪৩, ৩ জানুৱাৰী ২০২৪ (IST)[উত্তৰ দিয়ক]

ৱিকিউদ্ধৃতিত গ্ৰন্থৰ আৰম্ভণি বাক্য

[উৎস সম্পাদনা]

অসমীয়া ৱিকি উদ্ধৃতিত গ্ৰন্থৰ আৰম্ভণি বাক্য বা গ্ৰন্থৰ নিৰ্বাচিত বাক্যাংশ সংযোজন কৰাৰ ক্ষেত্ৰত কিছু নিয়মাৱলীৰ প্ৰয়োজন হোৱা যেন অনুভৱ কৰোঁ। প্ৰশাসকক এই ক্ষেত্ৰত মনোযোগ দিবলৈ অনুৰোধ কৰি কওঁ যে, ৱিকিউদ্ধৃতিত অন্তৰ্ভূক্ত কৰিবলগীয়া গ্ৰন্থ নিৰ্বাচনৰ কিছু নীতি-নিয়ম, যেনে, বঁটা প্ৰাপ্ত গ্ৰন্থ, কালজয়ী গ্ৰন্থ, প্ৰাচীন গ্ৰন্থ অথবা অনুবাদ গ্ৰন্থ, বিজ্ঞান বিষয়ক গ্ৰন্থ, ভাষা বিষয়ক গ্ৰন্থ আদি কিছুমান নীতি নিৰ্দিষ্ট কৰা থাকিলে ৱিকিউদ্ধৃতি পঢ়ুৱৈ ৰাইজৰ মাজলৈ যোৱাত সহায়ক হ’ব। আশাকৰোঁ, প্ৰশাসকসকলে এই দিশত কিবা পদক্ষেপ ল’ব।---Pranamikaadhikary (বাৰ্তা) ২১:৪৬, ৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]

উদ্ধৃতি বট

[উৎস সম্পাদনা]

অসমীয়া ৱিকিউদ্ধৃতিত এনে বহুসংখ্যক পৃষ্ঠা আছে য'ত ভালেমান উৎসবিহীন উদ্ধৃতি সংযোগ কৰা আছে যিয়ে উদ্ধৃতিসমূহৰ বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই সমস্যাৰ সমাধান হিচাপে উদ্ধৃতি বট (UddhritiBot) নামেৰে এটা বট সজা হৈছে যিয়ে কোনো এটা পৃষ্ঠাৰ উৎসবিহীন উদ্ধৃতিসমূহ সেই পৃষ্ঠাটোত অন্য এটা শাখা "==উৎসবিহীন উদ্ধৃতিসমূহ==" সৃষ্টি কৰি তালৈ স্থানান্তৰ কৰিব। এই কাৰ্য‌ই পৃষ্ঠাসমূহৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ উপৰিও অসমীয়া ৱিকিউদ্ধৃতিৰ গুণগত মানদণ্ডৰ বিকাশত অৰিহণা যোগাব বুলি ভাবোঁ। এইক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰিছোঁ। — চাণক্য (বাৰ্তা) ১৫:৫৭, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]

  1. --Pranamikaadhikary (বাৰ্তা) ১৬:০২, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
  2. অনামিকা(চুমু) বড়া (বাৰ্তা) ১৬:৩১, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
  3. AjayDas (বাৰ্তা) ১৭:৩১, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
  4. Jyoti Chiring (বাৰ্তা) ১৭:৪৬, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
  5. Joli Rumi (বাৰ্তা) ১৮:৫৫, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
  6. দিব্য দত্ত (বাৰ্তা) ১৯:৫৪, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]
  7. Priyankush Deka (বাৰ্তা) ২০:৩২, ২৬ জানুৱাৰী ২০২৫ (IST)[উত্তৰ দিয়ক]

These two pages appear to be about the same subject. Could someone please merge them? NguoiDungKhongDinhDanh (বাৰ্তা) ১০:২১, ২৫ ছেপ্টেম্বৰ ২০২৫ (IST)[উত্তৰ দিয়ক]

@NguoiDungKhongDinhDanh:  Done -chanakyakdas (বাৰ্তা) ১৫:০০, ২৯ ছেপ্টেম্বৰ ২০২৫ (IST)[উত্তৰ দিয়ক]

চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা

[উৎস সম্পাদনা]

সন্মানীয় সদস্যসকল, অহা ১ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা ২৫ এপ্ৰিল ২০২৬ তাৰিখলৈ চন্দন চিৰিং ফুকনৰ সোঁৱৰণত এখনি অনলাইন উদ্ধৃতি সংযোগ মেলা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। সদস্যসকলৰ সন্মতি থাকিলে এই বিষয়ে আগবাঢ়িব পাৰিম। ইতিমধ্যে ফাউণ্ডেশ্যন বিষয়ববীয়াৰ সৈতে পুৰস্কাৰস্বৰূপে উপহাৰ কুপনৰ বিষয়ে প্ৰাৰম্ভিক কথা পতা হৈছে। সেয়া সম্ভৱ নহ’লে, কেৱল ডিজিটেল মানপত্ৰহে প্ৰতিযোগীসকলক দিব পৰা যাব। মতামত কামনা কৰিলোঁ।--Pranamikaadhikary (বাৰ্তা) ১৯:০৬, ২৬ মাৰ্চ ২০২৬ (IST)[উত্তৰ দিয়ক]

সমৰ্থন+মতামত

[উৎস সম্পাদনা]


সদস্যসকলৰ সমৰ্থনৰ বাবে ধন্যবাদ জনালোঁ।
প্ৰতিযোগিতাৰ সবিশেষ এই লিংকত পাব।- চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬

অনলাইন সভা আৰু বিজেতাৰ নাম ঘোষণা

[উৎস সম্পাদনা]

“চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা’’ ঘোষণা কৰাৰ সময়তে উনুকিওৱামতে অহা ২৭-০৪-২০২৬ তাৰিখে সন্ধিয়া ৭-৪৫ বজাৰ পৰা ৮-৩০ বজালৈ এখনি অনলাইন সভা (গুগল-মিট)ৰ আয়োজন কৰা হৈছে।

সভাৰ লিংকঃ meet.google.com/fbm-pouq-ict

সভাৰ কাৰ্যসূচী এনেধৰণৰ:

  1. আৰম্ভণি আৰু আঁত ধৰোঁতা: প্ৰণামিকা অধিকাৰী
  2. ৱিকি-উদ্ধৃতিৰ গতিবিধি আৰু চন্দন স্মৰণ: দিব্য দত্ত
  3. সদ্যসমাপ্ত ৱিকি-উদ্ধৃতিৰ প্ৰতিযোগিতাৰ সবিশেষ : নয়নজ্যোতি নাথ
  4. বিচাৰকৰ মন্তব্য: AjayDas/𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶
  5. বিজেতাৰ নাম ঘোষণা: প্ৰণামিকা অধিকাৰী
  6. প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীৰ মতামত
  7. আগন্তুক সময়ৰ পৰিকল্পনা

সক্ৰিয়, অনা-সক্ৰিয় সকলো সন্মানীয় সদস্যকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল। --Pranamikaadhikary (বাৰ্তা) ২৩:০৩, ২৫ এপ্ৰিল ২০২৬ (IST)[উত্তৰ দিয়ক]

ইমেইল আইডি সংযোগ

[উৎস সম্পাদনা]

প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আৰু বিচাৰকসকলে নিজৰ নিজৰ নামৰ বিপৰীতে নিজা নিজা ইমেইল আইডি তলত সংযোগ কৰে যেন।--Pranamikaadhikary (বাৰ্তা) ২০:৪১, ২৭ এপ্ৰিল ২০২৬ (IST)[উত্তৰ দিয়ক]

  1. দুহিতা ৰাগিণী কলিতা — duhitaragini@gmail.com
  2. কন্দৰ্পজিৎ কল্লোল — kallolkandarpajit@gmail.com
  3. নৰুনা বৰুৱা— narunabaruah@gmail.com
  4. দিম্পল দাস — dimpaldas08@gmail.com
  5. কুলধৰ ৰাভা — kuldharrabha99@gmail.com
  6. অজয় দাস — ajay95aj@gmail.com
  7. প্ৰণামিকা অধিকাৰী- pranamikaadhikary@gmail.com
  8. দিব্য দত্ত - dibyajtdutta@gmail.com
  9. Jyoti Chiring (বাৰ্তা) ১৯:৪৩, ২ মে' ২০২৬ (IST)-jyotichiring@gmail.com[উত্তৰ দিয়ক]