সদস্য বাৰ্তা:যদুমণি গগৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউদ্ধৃতিৰ পৰা

বিশেষ পদক[উৎস সম্পাদনা]

বিশেষ পদক
হে ৱিকি সতীৰ্থ; অসমীয়া ৱিকিউদ্ধৃতিত আপুনি আগবঢ়োৱা বৰঙণিয়ে প্ৰকল্পটোক সমৃদ্ধ কৰিছে। তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ সুস্বাস্থ্য কামনাৰে।

__অসমীয়া ৱিকিমিডিয়া সমাজ