সমললৈ যাওক

সদস্য বাৰ্তা:-chanakyakdas

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউদ্ধৃতিৰ পৰা
Latest comment: ১ মাহ পূৰ্বে by Kuldhar Rabha in topic বিচাৰক পদক

Congratulations on the creation of Assamese Wikiquote! However, this wikiquote needs your help to get started;

  1. Please check that all pages are imported from Wikimedia incubator. (Note: ফকৰা যোজনা will be imported soon)
  2. Please check that there are no other problems with the wiki settings. Of course, statistics will not work properly now. Or, some features of the visual editor may not work. This usually resolves automatically within 2 weeks.

Thank you for your efforts, and congratulations once again. I look forward to your cooperation. --Sotiale (বাৰ্তা) ১৩:৫৫, ৪ জানুৱাৰী ২০২৩ (ইউ.টি.চি.)

কাৰিকৰী পদক

[উৎস সম্পাদনা]
কাৰিকৰী পদক
অভিনন্দন! অসমীয়া ৱিকিউদ্ধৃতিৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰিবলৈ পাই সুখী হৈছোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব।

আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Chandan Chiring Phukon Chat ১১:২৭, ১৭ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

@Chiring chandan অশেষ ধন্যবাদ, দাদা। :) ---chanakyakdas (বাৰ্তা) ১৮:০০, ১৭ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

বিচাৰক পদক

[উৎস সম্পাদনা]
বিচাৰক পদক
প্ৰিয় ৱিকিসতীৰ্থ, শেহতীয়াকৈ অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাখনত আপুনি উদ্ধৃতি পৰীক্ষক তথা বিচাৰক হিচাপে নিৰপেক্ষ দায়িত্ব পালনেৰে ৱিকিউদ্ধৃতিৰ সৌষ্ঠৱ বৃদ্ধিত যি অমূল্য অৱদান আগবঢ়ালে, তাৰে কৃতজ্ঞতা স্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ।
𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ১৭:১৪, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক