সমললৈ যাওক

ৱিকিউদ্ধৃতি:প্ৰশাসক পদৰ বাবে আবেদন

ৱিকিউদ্ধৃতিৰ পৰা
সমাজৰ বাটচ’ৰা
স্বাগতম
সাহায্য কেন্দ্ৰ
প্ৰবন্ধৰ অনুৰোধ
ৰাইজৰ চ’ৰা
সংৰক্ষণপ্ৰস্তাৱসমূহ
প্ৰশাসকৰ জাননীসমূহ
অভিযোগপ্ৰশাসক পদৰ বাবে আবেদন

ৱিকিউদ্ধৃতি প্ৰশাসক নিৰ্বাচন

[উৎস সম্পাদনা]
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

নতুনকৈ আৰম্ভ হোৱা অসমীয়া ৱিকিউদ্ধৃতি প্ৰকল্পৰ কাৰিকৰী দিশসমূহ পৰিচালনা কৰিবলৈ এজন প্ৰশাসকৰ প্ৰয়োজন হৈছে। সেয়েহে প্ৰশাসকৰ বাবে যোগ্য বিবেচনা কৰি সক্ৰিয় আৰু কাৰিকৰী দিশেৰে পটু সদস্য চন্দন চিৰিং ফুকন নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ। - দিব্য দত্ত (বাৰ্তা) ২২:১৬, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]

  1. দিব্য দত্ত (বাৰ্তা) ২২:১৬, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  2. Nayan j Nath (বাৰ্তা) ২২:২২, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  3. দীপকজ্যোতি মহন্ত (বাৰ্তা) ২২:৫৬, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  4. Rajdweep225 (বাৰ্তা) ২৩:০১, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  5. অনামিকা(চুমু) বড়া (বাৰ্তা) ২৩:১৭, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  6. Ishanjyotibora (বাৰ্তা) ২৩:২৭, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  7. Kuldhar Rabha (বাৰ্তা) ২৩:৫৪, ২৭ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  8. Priyankush Deka (বাৰ্তা) ০০:১৪, ২৮ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  9. ---chanakyakdas (বাৰ্তা) ১৪:১৫, ২৮ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  10. -- IKHazarika (বাৰ্তা) ২০:৪০, ২৮ জানুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  11. Jyoti Chiring (বাৰ্তা) ২২:৩৫, ৩ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]

মন্তব্য

[উৎস সম্পাদনা]
  • পৰ্যাপ্ত সংখ্যক সক্ৰিয় সদস্য নোহোৱা বাবে আৰু ভোট দান কৰা সদস্যৰ সৰহভাগেই ৱিকিউদ্ধৃতিত সম্পাদনা নকৰা সদস্য হোৱা বাবে প্ৰশাসকৰ পদ প্ৰদান কৰা নহ’ল

“অসমীয়া ৱিকিউদ্ধৃতি”ৰ প্ৰশাসক নিৰ্বাচন সম্পৰ্কে

[উৎস সম্পাদনা]
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিউদ্ধৃতি ড’মেইন লাভ কৰাৰে পৰা বৰ্তমানলৈকে যিহেতু এই প্ৰকল্পত এগৰাকীও প্ৰশাসক নাই; সেই হেতুকে প্ৰকল্পটো পৰিচালনা কৰিবলৈ আৰু ৱিকিউদ্ধৃতিৰ উত্তৰোত্তৰ উন্নতিৰ কামনাৰে প্ৰশাসক নিৰ্বাচনৰ বাবে সক্ৰিয় তথা দক্ষ অসমীয়া ৱিকিমিডিয়ান চন্দন চিৰিং ফুকন দাদাৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ৷ -Kuldhar Rabha (বাৰ্তা) ১৩:৫৬, ৮ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]

  1. Kuldhar Rabha (বাৰ্তা) ১৩:৫৬, ৮ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  2. Nayan j Nath (বাৰ্তা) ১৪:২০, ৮ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  3. অনামিকা(চুমু) বড়া (বাৰ্তা) ১৪:৩৮, ৮ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  4. Babulbaishya (বাৰ্তা) ১৬:২৩, ৮ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  5. pranamikaadhikary(বাৰ্তা) ২৩:১৫, ৮ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  6. - Joli Rumi (বাৰ্তা) ১৮:৫৯, ৯ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  7. অজয় দাস (বাৰ্তা) ২১:১৬, ১০ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  8. দিব্য দত্ত (বাৰ্তা) ০৮:১৭, ১৩ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  9. দীপকজ্যোতি মহন্ত (বাৰ্তা) ১৯:২৩, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]

মন্তব্য

[উৎস সম্পাদনা]

মাননীয় সদস্যসকলৰ সমৰ্থনত ৬ মাহৰ বাবে প্ৰশাসকৰ অধিকাৰ প্ৰাপ্ত কৰা হ'ল। এইবাৰ এগৰাকী ইণ্টাৰফেছ প্ৰশাসকৰ বাবে আমি চিন্তা কৰিব লাগে। ---Chandan Chiring Phukon Chat ০০:২৫, ২১ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]

ইণ্টাৰফেচ প্ৰশাসকৰ মনোনয়ন

[উৎস সম্পাদনা]
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিউদ্ধৃতিত ইণ্টাৰফেচ প্ৰশাসক এগৰাকী আৰু অতিৰিক্ত প্ৰশাসক এগৰাকীৰ প্ৰয়োজন হৈছে। সেয়ে প্ৰকল্পটো পৰিচালনা কৰিবলৈ আৰু ৱিকিউদ্ধৃতিৰ উত্তৰোত্তৰ উন্নতিৰ কামনাৰে প্ৰণামিকা অধিকাৰী আৰু কুলধৰ ৰাভাৰ নাম দুটা প্ৰস্তাৱ কৰিলোঁ। মাননীয় সদস্যসকলে অনুগ্ৰহ কৰি ভোটদান কৰিব।--Chandan Chiring Phukon Chat ০৯:২৩, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]

  1.  সমৰ্থন-Chandan Chiring Phukon Chat ০৯:২৩, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  2. Babulbaishya (বাৰ্তা) ০৯:৪৮, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  3.  সমৰ্থন-অজয় দাস (বাৰ্তা) ০৯:৪৯, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  4.  সমৰ্থন- দিব্য দত্ত (বাৰ্তা) ১০:১০, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  5.  সমৰ্থন - Nayan j Nath (বাৰ্তা) ১০:১১, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  6.  সমৰ্থন -Joli Rumi (বাৰ্তা) ১৮:০১, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  7.  সমৰ্থন-দীপকজ্যোতি মহন্ত (বাৰ্তা) ১৮:২৭, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  8.  সমৰ্থন - Ishanjyotibora (বাৰ্তা) ১৯:৩৪, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  9.  সমৰ্থন- Rumi Borah~aswiki (বাৰ্তা) ২০:০৫, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
  10.  সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) ১৯:০২, ২৭ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]

বিৰোধিতা

[উৎস সম্পাদনা]

মন্তব্য

[উৎস সম্পাদনা]
সক্ৰিয় সদস্যৰ সংখ্যা কম হোৱা বাবে মুঠ তিনিজন প্ৰশাসক অনুমোদন কৰিব নে নকৰিব অনুমান কৰিব পৰা নাই। যদি নিদিয়ে তেন্তে ছমাহৰ পিছত চন্দনকে ইণ্টাৰফেচ প্ৰশাসকৰ বাবে আৱেদন কৰিবলৈ পৰামৰ্শ দিলোঁ। - দিব্য দত্ত (বাৰ্তা) ১০:১৩, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
@দিব্য দত্ত ঠিক আছে বাৰু। -Chandan Chiring Phukon Chat ২০:০৯, ২৬ জুন ২০২৩ (IST)[উত্তৰ দিয়ক]
আপোনালোকৰ সমৰ্থনমৰ্মে ছয় মাহৰ কাৰণে প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ প্ৰাপ্ত কৰিলোঁ৷ সন্মানীয় ৱিকিমিডিয়ান সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ ধন্যবাদ৷ -Kuldhar Rabha (বাৰ্তা) ১০:২৯, ১ জুলাই ২০২৩ (IST)[উত্তৰ দিয়ক]

প্ৰশাসকৰ ম্যাদ বৃদ্ধি আৰু ইণ্টাৰফেচ প্ৰশাসকৰ বাবে আবেদন

[উৎস সম্পাদনা]
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অহা ১৮ ডিচেম্বৰ ২০২৩ তাৰিখে ৱিকিউদ্ধৃতিত প্ৰশাসক হিচাপে মোৰ ম্যাদ উকলিব। এই ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰাৰ লগতে ইণ্টাৰফেচ প্ৰশাসকৰ অধিকাৰ প্ৰাপ্তিৰ বাবে পুনৰ আবেদন কৰিবলৈ লৈছোঁ। যদিহে বিগত ছমাহৰ কাম-কাজে ৱিকিউদ্ধৃতিৰ উত্তৰণত অৰিহণা যোগাইছে বুলি আপুনি ভাবে তেন্তে অনুগ্ৰহ কৰি সমৰ্থন জনাব।---Chandan Chiring Phukon Chat ২২:২৩, ৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]

  1. দিব্য দত্ত (বাৰ্তা) ২২:৩১, ৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  2. -chanakyakdas (বাৰ্তা) ২২:৩২, ৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  3. BhuyanBhaskar (বাৰ্তা) ২২:৩৩, ৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  4. Nayan j Nath (বাৰ্তা) ২৩:০৩, ৪ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  5.  সমৰ্থন -Kuldhar Rabha (বাৰ্তা) ০২:২৬, ৫ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]
  6. অনামিকা(চুমু) বড়া (বাৰ্তা) ১৪:০০, ৫ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]

মন্তব্য

[উৎস সম্পাদনা]

আপোনালোকৰ সমৰ্থনত ছমাহলৈ ম্যাদ বৃদ্ধিত অনুমোদন পালোঁ। সকলোকে ধন্যবাদ। ---Chandan Chiring Phukon Chat ০৭:১৮, ১৭ ডিচেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]

প্ৰশাসক পদৰ বাবে আবেদন

[উৎস সম্পাদনা]
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

নমস্কাৰ৷ 🙏 অসমীয়া ৱিকিউদ্ধৃতিৰ উন্নয়নৰ বাবে মই সাধাৰণ আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন জনাইছোঁ৷ আপোনালোকে যদি বিচাৰে অনুগ্ৰহ কৰি সমৰ্থন জনাব৷ ধন্যবাদ। -Kuldhar Rabha (বাৰ্তা) ২২:০৩, ২৯ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]

মন্তব্য

[উৎস সম্পাদনা]

আপোনালোকৰ সমৰ্থনমৰ্মে এবছৰৰ বাবে উক্ত পদ দুটাৰ অধিকাৰ লাভ কৰিলোঁ৷ সমৰ্থনকাৰী সন্মানীয় ৱিকিমিডিয়ান সকলোলৈকে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ৷ —Kuldhar Rabha (বাৰ্তা) ১৯:৫২, ৬ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]

প্ৰশাসনিক অধিকাৰ

[উৎস সম্পাদনা]
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

ৱিকিউদ্ধৃতি চোৱা-চিতা কৰিবৰ নিমিত্তে এবছৰৰ বাবে প্ৰশাসক আৰু ইণ্টাৰফেইচ এডমিনৰ পদ লাভ কৰিবলৈ বিচাৰিছোঁ। এইক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰিছোঁ। — চাণক্য (বাৰ্তা) ১২:১৯, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]

  1.  সমৰ্থন -Nayan j Nath (বাৰ্তা) ১২:২১, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  2.  সমৰ্থন -Rumi Borah~aswiki (বাৰ্তা) ১২:২৪, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  3.  সমৰ্থন--Pranamikaadhikary (বাৰ্তা) ১২:৪৫, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  4.  সমৰ্থন-অনামিকা(চুমু) বড়া (বাৰ্তা) ১২:২৭, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  5.  সমৰ্থন-BhuyanBhaskar (বাৰ্তা) ১২:২৭, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  6.  সমৰ্থন- Gitartha.bordoloi (বাৰ্তা) ১৩:০৬, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  7.  সমৰ্থন- AjayDas (বাৰ্তা) ১৩:২৪, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  8. দৃঢ় সমৰ্থন - 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ১৩:৪৩, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  9.  সমৰ্থন --দিম্পল দাস (বাৰ্তা) ১৪:৪১, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  10.  সমৰ্থন -Joli Rumi (বাৰ্তা) ১৯:০২, ২ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  11.  সমৰ্থন - Jyoti Chiring (বাৰ্তা) ১৮:৫৮, ৩ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  12.  সমৰ্থন - দিব্য দত্ত (বাৰ্তা) ২২:২১, ৬ অক্টোবৰ ২০২৪ (IST)[উত্তৰ দিয়ক]
  13.  সমৰ্থন - Jonali Baruah(বাৰ্তা) ০২:৪৬, ৭ অক্টোবৰ ২০২৪ (CST)

মন্তব্য

[উৎস সম্পাদনা]