ৱিকিউদ্ধৃতি:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)
অৱয়ব
সমাজৰ বাটচ’ৰা স্বাগতম | সাহায্য কেন্দ্ৰ প্ৰবন্ধৰ অনুৰোধ | ৰাইজৰ চ’ৰা সংৰক্ষণ • প্ৰস্তাৱসমূহ | প্ৰশাসকৰ জাননীসমূহ অভিযোগ • প্ৰশাসক পদৰ বাবে আবেদন |
অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা
[উৎস সম্পাদনা]অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
প্ৰিয় ৱিকিসতীৰ্থসকল, অসমীয়া ৱিকিউদ্ধৃতিৰ বিকাশৰ গতিক এক নতুন মাত্ৰা দিবৰ বাবে অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা এখন আয়োজন কৰাৰ কথা ভবা হৈছে। ইয়াৰ বাবে নিয়মাৱলীৰ খচৰা এটাও তলত দিয়া ধৰণে প্ৰস্তুত কৰা হৈছে। আশাকৰোঁ আপোনালোকে বহুমূলীয়া মন্তব্য, দিহা-পৰামৰ্শৰে প্ৰস্তাৱটো কাৰ্যকৰী কৰাত সহায় আগবঢ়াব।-Chandan Chiring Phukon Chat ২১:০৭, ৫ এপ্ৰিল ২০২৪ (IST)
- নিয়মাৱলী
- অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হ'ব।
- অৱদানকাৰীসকলৰ প্ৰত্যেকৰে একোটা ৱিকি একাউণ্ট থাকিব লাগিব।
- উদ্ধৃতিসমূহৰ বিষয়বস্তু হ'ব ভাৰতৰ ব্যক্তি।
- উদ্ধৃতিসমূহ সঠিক আৰু অনলাইন সত্যাপনযোগ্য উৎসৰে সংযোজিত হ'ব লাগিব। অৱদানকাৰীসকলে ইংৰাজী ৱিকিউদ্ধৃতিৰ পৰা অনুবাদো কৰিব পাৰিব।
- উদ্ধৃতিৰ সংখ্যা এখন পৃষ্ঠাত কমেও পাঁচটা হ'ব লাগিব। আনে সৃষ্টি কৰা পৃষ্ঠাত মেলাখন চলি থকা অৱস্থাত আনে সম্পাদনা কৰিব নোৱাৰিব।
- ভাৰতৰ ব্যক্তিৰ এখন তালিকা প্ৰকল্প পৃষ্ঠাত দিয়া হ'ব। অৱদানকাৰীসকলে এই তালিকাখনত অন্য নাম যোগ কৰিব পাৰিব।
- অৱদানকাৰীসকলক বাৰ্ণষ্টাৰ আগবঢ়োৱা হ'ব।
সমৰ্থন
[উৎস সম্পাদনা]- সমৰ্থন -Nayan j Nath (বাৰ্তা) ২১:১৯, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন — চাণক্য (বাৰ্তা) ২১:২০, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন -Joli Rumi (বাৰ্তা) ২১:৫৬, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন - Ishanjyotibora (বাৰ্তা) ২২:০২, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন- --Pranamikaadhikary (বাৰ্তা) ২২:২৮, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন- অনামিকা(চুমু) বড়া (বাৰ্তা) ২২:৩৭, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন —Kuldhar Rabha (বাৰ্তা) ০৬:১৭, ৬ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন —AjayDas (বাৰ্তা) ২২:২২, ৬ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন - Rumi Borah~aswiki (বাৰ্তা) ১৮:২৯, ৮ এপ্ৰিল ২০২৪ (IST)
বিৰোধ
[উৎস সম্পাদনা]মন্তব্য
[উৎস সম্পাদনা]- সংযোজন:
- এই পৃষ্ঠাসমূহ নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব।
- উদ্ধৃতি পৰীক্ষক হিচাপে দিব্য দত্ত দা আৰু চাণক্য কুমাৰ দাসৰ নামটো প্ৰস্তাৱ কৰিছোঁ।
- সমন্বয়ক হিচাপে মই নিজে থাকিব পাৰিম।
- প্ৰকল্প পৃষ্ঠাত অনুগ্ৰহ কৰি চহী আৰু পৃষ্ঠাৰ তালিকাখন দীঘলীয়া কৰিব।