সমললৈ যাওক

হাৰুকি মুৰাকামি

ৱিকিউদ্ধৃতিৰ পৰা

হাৰুকি মুৰাকামি (জন্ম: ১২ জানুৱাৰী, ১৯৪৯) এগৰাকী জাপানী লেখক। নৰৱেজিয়ান ৱুড, কাফ্‌কা অন দ্য শ্ব'ৰ, স্পুটনিক ছুইটহাৰ্ট আদি তেওঁৰ উল্লেখযোগ্য সাহিত্যকৰ্ম।

  1. মৃত্যু জীৱনৰ বিপৰীত নহয়, ই জীৱনৰেই এটা অংশ।[]
  2. যদি তুমি মোক মনত ৰাখা, তেন্তে আন সকলোৱে পাহৰি গ'লেও মোৰ একো আহে নাযায়।[]
  3. মানুহক তেওঁলোকৰ দোষৰ দ্বাৰা নহয়, তেওঁলোকৰ গুণৰ দ্বাৰা ট্ৰেজেডীৰ গভীৰতালৈ টানি অনা হয়।[]
  4. নিজৰ ওপৰত দুখ নকৰিবা। কেৱল গাধবোৰেহে তেনেকুৱা কৰে। [১]
  5. আপুনি যি বিচাৰিছে সেয়া আপুনি আশা কৰা ৰূপত নাহিব। [২]
  6. অকলে থকাটো কোনেও ইমান ভাল নাপায়। বন্ধুত্ব গঢ়িবলৈ মই মোৰ বাটৰ পৰা আঁতৰি নাযাওঁ, এয়াই সকলো। ই কেৱল হতাশাৰ দিশে লৈ যায়। [৩]
:w:
:w:
  1. নৰৱেজিয়ান ৱুড
  2. ২.০ ২.১ কাফ্‌কা অন দ্য শ্ব'ৰ