আৰ্থাৰ কোৱেষ্ট্লাৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

আৰ্থাৰ কোৱেষ্ট্লাৰ (৫ ছেপ্টেম্বৰ, ১৯০৫ - ১ মাৰ্চ, ১৯৮৩) আছিল এগৰাকী হাংগাৰিয়ান ব্ৰিটিছ লেখক তথা সাংবাদিক।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- আধ্যাত্মিক জীৱন হ'ল মৃত্যুক গ্ৰহণ কৰাৰ প্ৰশিক্ষণ মাত্ৰ।[১]
- ঈশ্বৰে টেলিফোনটো সদায় তুলি থৈ দিয়ে৷ তেওঁৰ লগত যোগাযোগ কৰাৰ উপায় নাই৷[২]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ২৪৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং,৪৮, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ