সমললৈ যাওক

গুস্তাভ ফ্লবেয়ৰ

ৱিকিউদ্ধৃতিৰ পৰা
গুস্তাভ ফ্লবেয়ৰৰ আলোকচিত্ৰ

গুস্তাভ ফ্লবেয়ৰ (ইংৰাজী: Gustave Flaubert; ১২ ডিচেম্বৰ ১৮২১–৮ মে’ ১৮৮০) এজন প্ৰভাৱশালী ফৰাচী লেখক আছিল। তেওঁ ফ্ৰান্সৰ সাহিত্যিক বাস্তৱবাদৰ আগশাৰীৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ নিজৰ প্ৰথম প্ৰকাশিত উপন্যাস 'মেডাম ব’ভাৰী' (১৮৫৭) আৰু তেওঁৰ শৈলী তথা নান্দনিকতাৰ বাবে বিশেষভাৱে পৰিচিত।

  1. ষ্টাইলেই হ’ল জীৱন! ই হ’ল ভাবৰ প্ৰধান শক্তি।[]
  2. লিখাৰ কলা হ’ল আপুনি যি বিশ্বাস কৰে তাক আৱিষ্কাৰ কৰাৰ কলা। [১]
  3. ভ্ৰমণে মানুহক বিনয়ী কৰি তোলে। [২]
  4. মানুহে যি কৰে তাৰ মালিক হ’ব পাৰে, কিন্তু যি অনুভৱ কৰে তাৰ মালিক হ’ব নোৱাৰে। [৩]
  5. জীৱনত স্থিৰ আৰু সুশৃংখলিত হওক যাতে আপুনি আপোনাৰ কামত উগ্ৰ আৰু মৌলিক হ’ব পাৰে। [৪]
:w:
:w: