আনাটোল ফ্ৰাঁ

আনাটোল ফ্ৰাঁ (ইংৰাজী: Anatole France; ১৬ এপ্ৰিল ১৮৪৪ – ১২ অক্টোবৰ ১৯২৪) ফ্ৰান্সৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাংবাদিক আছিল। তেওঁ ১৯২১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- মানুহক এনেকৈ নিৰ্মাণ কৰা হৈছে যে তেওঁ এটা কাম শেষ কৰি লগে লগে আন এটা কাম আৰম্ভ কৰিহে প্ৰকৃত বিশ্ৰাম অনুভৱ কৰিব পাৰে।[১]
- মহাকাশ অন্তহীনভাবে বিশাল,-- সেইটো একো আচৰিত কথা নহয়৷ আচৰিত কথা এইটোহে যে মানুহে তাক জুখিব পাৰিছে৷[২]