প্ৰেম

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বিশুদ্ধ প্ৰেমৰ বাবে একোৱেই অসম্ভৱ নহয়।
  • প্ৰেমত পৰাৰ বাবে আপুনি মাধ্যাকৰ্ষণক দোষ দিব নোৱাৰে।
  • মই তোমাক ভাল পাওঁ আৰু সেইটোৱেই সকলোৰে আৰম্ভণি আৰু শেষ৷
    • এফ. স্কট ফিট্‌জগেৰ'ল্ড
  • যদি মই জানো প্ৰেম কি, তেন্তে সেয়া তোমাৰ বাবেই।
    • হাৰমান হেছে
  • প্ৰকৃত প্ৰেম বিৰল, আৰু ইয়েই একমাত্ৰ বস্তু যিয়ে জীৱনক প্ৰকৃত অৰ্থ প্ৰদান কৰে।
    • নিক'লাছ স্পাৰ্ক্স
  • মই অনুভৱ কৰোঁ যে মানুহক ভালপোৱাতকৈ সঁচা অৰ্থত কলাত্মক আৰু একোৱেই নাই।
  • নাৰী আৰু পুৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাটো প্ৰেম নহয়। দুয়োজনে একেটা দিশলৈ চাই থকাটোৱেই প্ৰেম।[১]
    • ফ্ৰাচোঁৱা ছাৰ্গা
  • প্ৰেমে সদায় অংক ভুল কৰে, কিন্তু কবিতা ভাল লেখে, জ্যামিতিৰ বাহু নিমিলে, কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে, এই একো নজনাকৈ, ভুল কৰি, অনিয়ম কৰি, নিবিচৰাকৈ যেতিয়া ভাল লাগে সেয়াই প্ৰেম।
    • চাহেবপুৰাৰ বৰষুণ, (অনুৰাধা শৰ্মা পূজাৰী)

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ফ্ৰাচোঁৱা ছাৰ্গা. "দিনটোৰ বাণী", ১৮ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৮ মাৰ্চ ২০২৩.