সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/৬
অৱয়ব
| “ডাঙৰ কথা ভাবিবি। ডাঙৰ কাম কৰিবি। ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম। কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে।” |
| ~ মায়াবৃত্ত, (ৰীতা চৌধুৰী) ~ |