সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪

ৱিকিউদ্ধৃতিৰ পৰা
“কোনোবা এটা সময়ত মানুহৰ আগবাঢ়িবলৈ একো নাথাকে বোধকৰোঁ। মানুহ তেতিয়া সোঁৱৰণীত জীয়াই থাকে। মানুহে পিছলৈ উভতি খোজ কাঢ়ে।”
~ নমিতা বৈশ্য ~