জিনে মৰেউ

ৱিকিউদ্ধৃতিৰ পৰা
জিনে মৰেউ

জিনে মৰেউ (ইংৰাজী: Jeanne Moreau) আছিল এগৰাকী ফৰাচী অভিনেত্ৰী, গায়িকা, চিত্ৰনাট্যকাৰ, পৰিচালক আৰু সমাজসেৱক। ১৯৪৭ চনত তেওঁ নাট্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে, আৰু নিজকে অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বয়সে আপোনাক প্ৰেমৰ পৰা সুৰক্ষিত নকৰে, কিন্তু প্ৰেমে বয়স বঢ়াৰ পৰা ৰক্ষা কৰিব পাৰে।[১]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

তথ্যউৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মৰেউ, জিনে. "বাণী", ৬ ছেপ্টেম্বৰ, ২০২১,.পৃষ্ঠাসমূহ. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.