১ অক্টোবৰ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলোঁ লগত,
আখৈ কলা খাবলৈ পাই, তাতে হলোঁ ভকত”

ঈশ্বৰ ভক্তি থাকক বা নাথাকক, আখৈ-কলৰ লোভতে কোনো লোক ভকত হ'ব পাৰে। ইয়াৰ দ্বাৰা আন্তৰিকতা নাথাকিলেও লোভৰ বশৱৰ্তী হৈ কোনো কাম কৰাৰ কথা কোৱা হৈছে।”
~ ফকৰা যোজনা ~