১০ মাৰ্চ
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
| “শোষণকাৰীক শেষ কৰিবই লাগিব; কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলি, মহা-বিপ্লৱৰ সৃষ্টি কৰি৷ তাকে কৰিবলৈ মই হাতত কলম তুলি লৈছোঁ৷” |
| ~ বিষ্ণু প্ৰসাদ ৰাভা ~ |
- ২০২৪
| “আমাৰ আত্মীয়-স্বজনবোৰ ঈশ্বৰৰ দান; ঈশ্বৰক ধন্যবাদ যে আমি আমাৰ বন্ধুবোৰ নিজেই বাছি ল’ব পাৰোঁ।” |
| ~ এ মিৎসনাৰ ~ |