সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৪/২৯

ৱিকিউদ্ধৃতিৰ পৰা
“সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱায়, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ’ল।”
~ ইয়াত এখন অৰণ্য আছিল, (অনুৰাধা শৰ্মা পূজাৰী) ~