সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৩/২৩

ৱিকিউদ্ধৃতিৰ পৰা
“ভাল গুণ আৰু সু-অভ্যাস গঠনৰ কাৰণে ল’ৰা-ছোৱালীৰ আগত মহৎ লোকৰ জীৱনৰ মহৎ কাৰ্যাৱলী আৰু গুণাগুণৰ চানেকি দাঙি ধৰিব লাগে৷”
~ প্লেটো ~