সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৩

ৱিকিউদ্ধৃতিৰ পৰা
“মানুহে কেৱল নিজৰ কৰ্তব্য কৰি যাব লাগে, যিদৰে গ্ৰহ-তৰাবোৰে নিজৰ কাম কৰি যায় আপোন কক্ষত৷ তাৰ বাবে কোনেও কাৰো প্ৰশংসা বা নিন্দাৰ আশা কৰা উচিত নহয়৷”
~ ঈয়াৰুইঙ্গম, (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ~