সাঁচ:আজিৰ উদ্ধৃতি/মাৰ্চ-২০২৩/২১

ৱিকিউদ্ধৃতিৰ পৰা
“প্ৰেমে সদায় অংক ভুল কৰে, কিন্তু কবিতা ভাল লেখে, জ্যামিতিৰ বাহু নিমিলে, কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে, এই একো নজনাকৈ, ভুল কৰি, অনিয়ম কৰি, নিবিচৰাকৈ যেতিয়া ভাল লাগে সেয়াই প্ৰেম।”
~ চাহেবপুৰাৰ বৰষুণ, (অনুৰাধা শৰ্মা পূজাৰী) ~