সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৪/১৬

ৱিকিউদ্ধৃতিৰ পৰা
“মৃত্যু প্ৰত্যেক জীৱৰ ছাঁ, কেতিয়াবা হঠাতে, কেতিয়াবা লাহে লাহে আহে। জীৱনৰ লোভ ত্যাগ কৰাটো বৰ কঠিন, সেয়েহে মৃত্যুৰ বাবে ইমান ভয়। এই ভয় জয় কৰিব পাৰিলেই জীৱন আৰু মৃত্যু সমানেই অৰ্থময়। মৃত্যু নিৰৰ্থক নহয়। মৃত্যু আমাৰ পৰম সখা, যি জন্ম মুহূৰ্তৰ পৰা কাষে কাষে থাকে।”
~ জলছবি, (অনুৰাধা শৰ্মা পূজাৰী) ~