সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৪/১০

ৱিকিউদ্ধৃতিৰ পৰা
“বৰগছ হ'ব নোৱাৰিলেও নাই। লাগিলে এৰাগছেই হ'ম। কিন্তু গছ হ'ম। লতা নহওঁ।”
~ ৰং (গ্ৰন্থ), (শৰ্মিষ্ঠা প্ৰীতম) ~