সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৩/৩০
অৱয়ব
| “শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।” |
| ~ সাৰথি, (সত্যনাথ বৰা) ~ |