সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/৪
অৱয়ব
“সংসাৰত কোনো মানুহেই পূৰ্ণ বা নিখুঁত নহয়৷ সকলোৰে দোষ-ত্ৰুটী থাকে৷ থাকে, স্খলন-পতন, সীমাবদ্ধতা আৰু অক্ষমতা৷ মানুহৰ মহৎ বৈশিষ্ট্য হৈছে এয়ে যে ইচ্ছা কৰিলে এইবোৰ সি চেৰাই যাব পাৰে৷” |
~ মাণিক দাস ~ |