সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/৩১

ৱিকিউদ্ধৃতিৰ পৰা
“মই বহুবাৰ কৈছোঁ অধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক কৰ্ষণেই কৃষ্টি৷ মানৱ সমাজৰ জীৱন যাত্ৰাপথৰ যি শকতি মানৱ জীৱনৰ জীৱিকা নিৰ্বাহৰ যি মুকুতি, কালৰ ৰথৰ চকাৰ অগ্ৰগতিৰ লগে লগে মানৱ সমাজ জীৱনৰ যি প্ৰগতি সেয়া হ'ল কৃষ্টি৷ সেই কৃষ্টি যেতিয়া সংস্কাৰ কৰা হয়, মানৱ সমাজৰ উপযোগীকৈ সেই কৃষ্টিয়ে হয় সংস্কৃতি ৷”
~ ফণী শৰ্মা ~