সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/২৮
অৱয়ব
“পুৰুষানুক্ৰমে চলি অহা অলিখিত মত, বিশ্বাস বা নিয়মেই হ’ল পৰম্পৰা। এনে মত বা বিশ্বাসৰ প্ৰতি গভীৰ আস্থা আৰু সমৰ্থনক পৰম্পৰাবাদ আৰু সেইবোৰক বিনা প্ৰশ্নে মানি লোৱাজনক পৰম্পৰাবাদী আখ্যা দিয়া হয়। পৰম্পৰাক অকল অলিখিত মত বা নিয়ম বুলি সামৰি থোৱাও অসুবিধা। কাৰণ অৰ্থ বিস্তৃতিৰ হেতু ই কেতবোৰ লিখিত ৰীতি-নীতিকো সামৰি লোৱা দেখা গৈছে।” |
~ খগেশ সেন ডেকা ~ |