সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/১১

ৱিকিউদ্ধৃতিৰ পৰা
“কবিতা কেৱল এককভাৱে হৃদয়ৰ বা মস্তিষ্কৰ হ'ব নোৱাৰে৷ কবিতা নিশ্চয়কৈ হৃদয়তেই অংকুৰিত হয়, কিন্তু তাৰ নিৰ্মাণকাৰ্য হয় মস্তিষ্কত৷ মই এইটো কথা সদায় কৈ আহিছোঁ যে হৃদয়ৰ আৱেগ- অনুভূতিৰ কেৱল লিখিত ৰূপেই কবিতা নহয়, তাক নিৰ্মাণ কৰিব লাগিব, সি এক 'শিল্প' হৈ ফুটি উঠিব লাগিব৷ হৃদয়ৰ আৱেগ- অনুভূতিখিনিতো কেঁচা- মালহে (raw material), তাক আমি নিৰ্মাণ কৰিলেহে ই কবিতা ৰূপত শিল্প হৈ পৰিব৷”
~ নীলিম কুমাৰ ~