সাঁচ:আজিৰ উদ্ধৃতি/জুন-২০২৩/২২

ৱিকিউদ্ধৃতিৰ পৰা
“জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি। দুখৰ কাৰণে দুখ কৰি লাভ নাই, কাৰণ দুখৰ অবিহনে সুখৰ ধাৰণা কৰা অসম্ভৱ।”
~ বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, (হোমেন বৰগোহাঞি) ~