সমললৈ যাওক

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতিৰ পৰা পুনঃনিৰ্দেশিত)

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি (ইংৰাজী: Bichitra Abhigyata aru Anubhuti) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২০ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০০০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ৰান্ধনি, মেনেজাৰ আৰু ছেক্ৰেটাৰি ফকৰুদ্দিন আনচাৰীলৈ উছৰ্গা কৰিছে।

  1. জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি। দুখৰ কাৰণে দুখ কৰি লাভ নাই, কাৰণ দুখৰ অবিহনে সুখৰ ধাৰণা কৰা অসম্ভৱ।[উৎসৰ প্ৰয়োজন]