সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/৪

ৱিকিউদ্ধৃতিৰ পৰা
“ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।”
~ নীল প্ৰজাপতি, অনুৰাধা শৰ্মা পূজাৰী ~