সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/২৭

ৱিকিউদ্ধৃতিৰ পৰা
“ছিৰিৰে কেৱল উধাই যোৱাটোৱেই গতি নহয়, থমকি ৰৈ পৃথিৱীখনৰ সৌন্দৰ্য বুটলি ল’ব নাজানিলে এই গতিৰ শেষত মাথোঁ শূন্যতা থাকে।”
~ নীল প্ৰজাপতি, (অনুৰাধা শৰ্মা পূজাৰী) ~