সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/৪

ৱিকিউদ্ধৃতিৰ পৰা
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।

দাতাত চোৰত যাৰ দৃষ্টি একতুল॥
নীচত সাধুত যাৰ ভৈল একজ্ঞান।
তাহাকেসে পণ্ডিত বোলয় সৰ্ব্বজান॥”

~ শ্ৰীমন্ত শংকৰদেৱ (শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ) ~