সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩

ৱিকিউদ্ধৃতিৰ পৰা
“কিবা এটা ভাল লাগে, জীয়াই থকাৰ হেঁপাহ জাগে, মনলৈ নতুন নতুন ভাব আহে। তাইক দেখিলে মোৰ সব দুখ যেন পাহৰি যাওঁ, পাহৰি যাওঁ মোৰ যে একো নাই।”
~ মানৱ (চৰিত্ৰ), (মন যায়, বোলছবি) ~