সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/২৯

ৱিকিউদ্ধৃতিৰ পৰা
“সৃষ্টিশীল শিল্পকলাত মৌলিকতা বুলি কোনো বস্তু নাই৷ আমি যি সৃষ্টি কৰি আছোঁ, সি আমি বাস কৰি থকা পৃথিৱীখনৰ বহুস্তৰীয় ৰূপৰ অনুবাদহে মাত্ৰ৷ আৰু সেই অনুবাদকে আমি গভীৰ সূক্ষ্মতাৰে অনুসৃষ্টিৰে সজালেই সি হৈ পৰে শিল্প৷”
~ ৰফিকুল হুছেইন ~