সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/২৫

ৱিকিউদ্ধৃতিৰ পৰা
“যি তোমাৰ সমকক্ষ নহয়, তেওঁক তুমি ঈৰ্ষা নকৰিবা, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ'বা। কৰিলে আৰু হ'লে মহত্ত্বই তোমাক কৰিব পৰিহাস। কোনো এজনক নিজৰে মহত্ত্বই যেতিয়া পৰিহাস কৰে, তেতিয়া তেওঁক মহত্ত্বই পৰিত্যাগ কৰাৰ সম্ভাৱনা প্ৰগাঢ় হয়।”
~ মহাৰথী, (চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া) ~