সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/১৭

ৱিকিউদ্ধৃতিৰ পৰা
“মাংস খোৱা উচিত নে শাক-পাচলি খোৱা উচিত, তাকে লৈ মূৰ্খসকলে তৰ্ক কৰে৷ কোনবিধ মাংস আৰু কোনবিধ পাচলি তাক কোনে ঠিক কৰি দিছে আৰু কি খালে পাপ হয় তাকেইবা আচলতে কোনে জানে৷”
~ গুৰু নানক ~