সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/১০

ৱিকিউদ্ধৃতিৰ পৰা
“কেৱল মগজুৰে নহয়, হৃদয়ৰে উপলব্ধি কৰিব পৰা সত্যৰ এক নিজস্ব সৌন্দৰ্য আছে৷ কবিয়ে ভাষাৰ মাধ্যমেৰে সেই সৌন্দৰ্যকেই বহুজনৰ মনলৈ সংক্ৰমিত কৰি তোলে৷ তাতেই কবিৰ সাৰ্থকতা৷”
~ মহেন্দ্ৰ বৰা ~