সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/৯

ৱিকিউদ্ধৃতিৰ পৰা
গড়গঞা মিতিৰৰ ভাও;

মুখে বোলে থাক থাক,
ভৰিৰে হেঁচুকে নাও
আপোন ভাব দেখুৱাই মুখেৰে এটা কথা কৈ পেটত আন ভাব ৰখা।”

~ ফকৰা যোজনা ~