সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩

ৱিকিউদ্ধৃতিৰ পৰা
“তোমাৰ যিকণ প্ৰতিভা আছে তাকেই কামত লগাবা৷ আটাইতকৈ ভাল গান গাব পৰা চৰাইকেইজনীৰ বাহিৰে আনবোৰ চৰায়ে যদি গান নাগায়, তেন্তে অৰণ্যখন সদায় নীৰৱ হৈ থাকিব৷”
~ এ পি জে আব্দুল কালাম ~