সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/৬

ৱিকিউদ্ধৃতিৰ পৰা
“মই সদায় বিশ্বাস কৰিছোঁ যে কৰ্মৰ ফলতেই মানুহৰ প্ৰগতিৰ দিশটো উন্নীত হ’ব৷ কোনো ভাগ্য বা অলৌকিক বিষয়ে (জ্যোতিষ, বাস্তুশাস্ত্ৰ, ৰেইকী আদিৰ দৰে বিষয়বোৰ) মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা নিয়ন্ত্ৰণ কৰিবলৈ একোৱেই নাথাকে৷”
~ ড° দীনেশ চন্দ্ৰ গোস্বামী ~