সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/৩০

ৱিকিউদ্ধৃতিৰ পৰা
“দুৰ্যোগৰ সময়ত, বিপৰ্যয়ৰ সময়ত, অশান্তিৰ সময়ত যিবোৰ বস্তু অপকাৰী বুলি ভাবোঁ, যিবোৰ বস্তুৱে মোক পুতি পেলাব বুলি ভাবোঁ,-চাব জানিলে দেখা পাম, সেইবোৰৰ মাজতে মই উদ্ধাৰ পোৱাৰ, ওপৰলৈ উঠিব পৰাৰ সম্বল সোমাই আছে৷”
~ ভবেন্দ্ৰ নাথ শইকীয়া ~