সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/২৩

ৱিকিউদ্ধৃতিৰ পৰা
“মই বিশ্বাস কৰোঁ, নাৰীৰ কোনো দেশ নাই৷ দেশ মানে যদি নিৰাপত্তা, দেশ মানে যদি স্বাধীনতা, তেন্তে নাৰীৰ নিশ্চয়েই কোনো দেশ নাই৷ পৃথিৱীৰ ক’তো নাৰী স্বাধীন নহয়, পৃথিৱীৰ ক’তো নাৰীৰ নিৰাপত্তা নাই৷”
~ তছলিমা নাছৰিন ~