সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/২১

ৱিকিউদ্ধৃতিৰ পৰা
“সাহিত্যৰ অন্যতম উদ্দেশ্য হ’ল দেশৰ মানুহৰ মাজত সৃষ্টি হোৱা অনৈক্যৰ বীজাণুসমূহ ধ্বংস কৰি জাতিটোক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি গঢ়ি তোলা৷”
~ মহেন্দ্ৰ মোহন চৌধুৰী ~