শান্তি

ৱিকিউদ্ধৃতিৰ পৰা
“বিশ্বৰ বাবে প্ৰয়োজনীয় খাদ্য, আশ্ৰয়, মৰম-স্নেহ আৰু প্ৰাৰ্থনাই শান্তি আৰু ঐক্যৰ বান্ধোন৷”মাদাৰ টেৰেছা

শত্ৰুতা আৰু হিংসাৰ অবিহনে সামাজিক বন্ধুত্ব আৰু সম্প্ৰীতিৰ ধাৰণাটোৱেই হৈছে শান্তি (ইংৰাজী: Peace)। সামাজিকভাৱে শান্তিৰ অৰ্থ সাধাৰণতে ব্যক্তি বা গোটৰ মাজত সংঘাতৰ অভাৱ (যেনে যুদ্ধ) আৰু হিংসাৰ ভয়ৰ পৰা মুক্ত হোৱা।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ, ২০২১
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৩৬, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: