বাৰ্তা:ডাকৰ বচন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউদ্ধৃতিৰ পৰা

সাধাৰণ প্ৰকৰণ[উৎস সম্পাদনা]

1.হৰিণাৰ মাংসই বৈৰি।
2.মৰে লপায় তুৰুঙ্গা।
মৰে পদূলি শুঙ্গা।
এইকেইটা ডাকৰ বচন হয় জানো?-Chandan Chiring Phukon Chat ২৩:৩৮, ৩০ ছেপ্টেম্বৰ ২০২৩ (IST)[উত্তৰ দিয়ক]

শুদ্ধ উৎস থাকিলে বিচাৰ কৰি চাব লাগিব৷ বহু যোজনা ডাকৰ বচন বুলি পিছত প্ৰচলিত হৈছিল৷ মোৰ বোধেৰে ডাকৰ বচন পৃষ্ঠাটোত ন ন সংযোগ সাময়িকভাবে বন্ধ কৰি দিয়া ভাল৷ Pranamikaadhikary (বাৰ্তা) ০০:১৭, ১ অক্টোবৰ ২০২৩ (IST)[উত্তৰ দিয়ক]