টঙালি

ৱিকিউদ্ধৃতিৰ পৰা
টঙালি পৰিহিত অসমীয়া বিহুৱা।

টঙালি বা টঙ্গালি হৈছে অসমীয়া পুৰুষসকলে পৰিধান কৰা এবিধ দীঘল বস্ত্ৰ। এই বস্ত্ৰ কঁকালত বান্ধি লোৱা হয়।[১] মূলতঃ বিহু নৃত্য কৰাৰ সময়ত অসমীয়া ডেকাই টঙালি পৰিধান কৰে। সাধাৰণতে টঙালি ৰঙা সূতাৰে তাঁতশালত বৈ উলিওৱা হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ফটা হওক, ছিটা হওক, পাটৰ টঙ্গালি;
    কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি।
    • পটন্তৰ
  • কঁকালত টঙালি বন্ধা
  • ৰঙালী ঐ, টঙালী ঐ
    ব'হাগৰ বিহুৰে ধেমালি ঐ

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. টঙ্গালি. প্ৰকাশক: শব্দ ডট অৰ্গ. আহৰণ কৰা হৈছে: 2 April 2023.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: